Mayur Chetia
october17.bsky.social
Mayur Chetia
@october17.bsky.social
Wanderer
কোৱা হয় – পেলেষ্টাইনী নেতৃত্ব গোড়া, পুৰণা পজিচনবিলাককে খামোচ মাৰি আছে। সত্যটো হৈছে যে পেলেষ্টাইনীসকলৰ আটাইতকৈ কঠোৰপন্থী গোটটোৱেও( হামাছ) ১৯৬৭ চনৰ সীমা মানি লৈছে। কিন্তু আলোচনাৰ প্রসংগ আহিলেই ইজৰাইলে নিজৰ চিকিউৰিটী গেৰাণ্টীৰ কথা উত্থাপন কৰে। অৰ্থাৎ পেলেষ্টাইনক কোনো বায়ু বাহিনী গঠন কৰিবলৈ দিয়া নহব, ইজিপ্ট-জর্ডানৰ সীমান্ত IDF-এ নিয়ন্ত্রণ কৰিব, পেলেষ্টাইনৰ অন্তর্ভাগত IDF এ অভিযান চলোৱাৰ অধিকাৰ থাকিব!
January 2, 2024 at 8:13 PM
October 23, 2023 at 7:37 PM
October 23, 2023 at 7:35 PM